Posts

আঁচৰিত নহয় নে

পত্নী ঘৰৰ লক্ষ্মী

Image
কেইটামান অমৃতবাণী সুন্দৰ কথা ,,, 1)  যি স্বামীয়ে ৰাতিপুৱাই টোপনিৰ পৰা সাৰ পাই      স্ত্রীক কমেও পাঁচ মিনিট সময় সাৱটি ধৰি ৰাখে      তাৰ কর্মক্ষেত্রত বিপদৰ আশংকা কম থাকে ৷ 2)  স্ত্রীৰ লগত হাঁহি স্ফুৰ্তি কৰাটো স্বামীৰ কর্তব্য । 3)  পত্নী ঘৰৰ লক্ষ্মী হয়। এওঁলোকক যিমান বেছি      মৰম দিয়া হয়, সিমান বেছি সংসাৰত শান্তি আহে। 4)   নিজৰ স্ত্রীক যথেষ্ট পৰিমাণে সময় দিয়ক, নহ’লে       যথেষ্ট পৰিমাণে বিশ্বাস কৰক যাতে সংসাৰখন       আৰু যুদ্ধক্ষেত্র বুলি ভাৱ নহয় ৷ 5)   সেই পুৰুষেই কাপুৰুষ যিয়ে নিজৰ স্ত্রীৰ ওচৰত       প্রেমিক হ’ব পৰা নাই । 6)   প্রতিদিনে এবাৰ নিজৰ স্ত্রীক মই তোমক বহুত       ভাল পাওঁ '' বুলি ক’লে মুৰৰ সকলো দুশ্চিন্তা দূৰ       হৈ যায়। 7)   অন্য নাৰীৰ লগত পৰকীয়া কৰাতকৈ নিজৰ       পত্নীক মৰম কৰক চাব সংসাৰখন সৰগৰ দৰে ধুনিয়া হব । 8)   নাৰীৰ মনত মৰম আৰু অভিমা...

তুমকো য়াদ ৰখেংগে গুৰু হম

Image
‘তুমকো য়াদ ৰখেংগে গুৰু হম’- বলিষ্ঠ অভিনেতা ইৰফান খানৰ জীৱনৰ বহু নজনা কথা অৱসান ঘটিল বলীউদৰ এক বৰ্ণিল অধ্যায়। যিজন অভিনেতাই কথা ক’লেই সংলাপৰ ৰূপ লৈছিল, সকলো ধৰণৰ চৰিত্ৰৰ বাবে সম্পূৰ্ণ ফিট, অভিনেতা ইৰফান খানৰ মৃত্যু কেৱল বলীউদৰ বাবেই ক্ষতি নহয়, বৰঞ্চ ৱৰ্ল্ড চিনেমাই হেৰুৱালে এজন চিৰ সেউজ অভিনেতা। ১৯৬৭ চনৰ ১৭ জানুৱাৰী তাৰিখে জয়পুৰত জন্মগ্ৰহণ কৰিছিল অভিনেতা ইৰফান খানে। ইৰফান খানৰ সম্পূৰ্ণ নাম আছিল চাহাবজাদে ইৰফান আলী খান। বলীউদৰ অভিষেক ১৯৮৮ চনত চালাম বম্বে ছবিৰ জৰিয়তে বলীউদত অভিষেক ঘটিছিল ইৰফান খানৰ। পৰৱৰ্তী সময়ত মকবুল, দ্যা লাঞ্চবক্স, লাইফ অৱ পাই, ব্লেকমেইল, ইনফেৰ্ণো,পিকো, হিন্দী মেডিয়াম আদি বহু ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতা ইৰফান খানে। শেহতীয়াকৈ ২০২০ বৰ্ষত অংগ্ৰেজী মেডিয়াম ছবিত অভিনয় কৰিছিল অভিনেতাজনে। শৰীৰেও কথা কৈছিল ইৰফান খানৰ - ইৰফান খানৰ অভিনয় আছিল সদায় ব্যতিক্ৰম। মুখৰ সংলাপৰ লগতে অভিনেতাজনৰ শাৰীৰিক ভাব-ভংগিমাইয়ো আপ্লুত কৰিছিল শত-সহস্ৰজনক। ইৰফান খানৰ বিষয়ে নজনা কেইটামান কথা- অভিনেতা নহয়, এজন ক্ৰিকেটাৰ হোৱাৰহে মন আছিল ইৰফান খানৰ। ১৯৮৮ চনত NSDত পঢ়ি থকাৰ...

ৰঙালী বিহুৰ শুভেচ্ছাৰে

Image
  আপোনাৰ লগতে আপোনাৰ পৰিয়ালটিলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ ।     অসমীয়াৰ বাপতিসাহোন এই উৎসৱটি তাহানিৰে পৰাই অসমীয়া জাতিৰ হাড়ে হাড়ে , সিৰাই সিৰাই শিপাই আছে ৷ কুলিৰ মাতত বসন্ত আহে ৷ সেউজীয়া কোমল কুঁহিপাতে বহাগৰ আগজাননী দিয়ে ৷ কপৌফুল থোকে পখিলা উৰাদি উৰা নাচনীৰ খোঁপাত জুতিবলৈ হিয়ালি জিয়ালিকৈ সাজু হয় ৷ সকলোৰে মনত ৰঙালীৰ উলাহে নধৰা হয় ৷   অসমীয়াৰ আদৰৰ , অসমীয়া জাতিৰ চিনাকি তিনিটি বিহুৰ ভিতৰত ৰঙালী বিহুটিয়েই হ ’ ল প্ৰতিজন অসমীয়াৰেই প্ৰাণস্বৰূপ ৷ ৰঙালী বিহুটি যেন আমাৰ বৰ আপোন , বৰ মৰমৰ ৷   কঙালী আৰু ভোগালী বিহুৰ লোকাচাৰ সমূহখেতি-বাতিৰ সৈতে বেছি জড়িত থকাৰ বিপৰীতে ৰঙালী বিহুটিৰ লোকাচাৰ সমূহ নতুন সৃষ্টিৰ বাবে , প্ৰকৃতিৰ নিয়ম মানি মিলনোন্মুখ জীৱৰ হেতু পালন কৰা হয় ৷ সমাজৰ বাবে প্ৰজন্ম আৰু প্ৰজন্মৰ বাবে শস্যৰ কৰ্ষণ , এই সময়চোৱাতেই এই দুয়োকুল জীৱৰেই অংকুৰণৰ যো-জা কৰা হয় ৷          " বসন্ত কাল মানেই ফুল ফুলা বতৰ । ফাগুনৰ পছোৱাই আঁচলত বান্ধি আনে বসন্তৰ বতৰা । পলাশ , মদাৰৰ ৰঙীন আভা হে ৰঙীন কৰি তোলা মনবোৰক নাহৰ , তগৰ...

প্ৰেম

Image
ইঞ্জিনিয়াৰিং   কলেজৰ   দ্বিতীয়   বৰ্ষ   পাইছো   ৷   ইঞ্জিনিয়াৰিং   কলেজত   সোমালো   বুলি   মনত   অকনমান   শান্তি ,  অকনমান   গৰ্ব   ৷   একো   নহ ’ লেও   ইঞ্জিনিয়াৰ   এজন   হৈ   ওলাম   বুলি   মনতে   অকনমান   সকাহ   ৷    কেনেকৈ   জানো   মনলৈ   ভাব   এটা   আহিল   কেনেবাকৈ   যদি   গাৰ্লফ্ৰেন্ড   এজনী   গোটাব   পাৰিলো   হেতেন   বৰ   ভাল   হ ’ ল   হয়   ৷   ইতিমধ্যেই   লগৰ   বহুতৰে   গাৰ্লফ্ৰেন্ড   গোট   খালে   ৷   কিছুমানৰ   কেইবছৰমান   পুৰণি ,  কিছুমানৰ   নতুন   নতুন ,  কিছুমানৰ   গোট   খাওঁ   খাওঁ   অৱস্থা   ৷   আকৌ   প্ৰতিভূ ,  পদুম ,  সংলাপহঁতৰ   দুই - তিনিজনীকৈয়ো   গাৰ্লফ্ৰেন্ড   আছে   ৷   মোৰো   যদি   এজনী ...