পত্নী ঘৰৰ লক্ষ্মী

কেইটামান অমৃতবাণী সুন্দৰ কথা ,,,
1) যি স্বামীয়ে ৰাতিপুৱাই টোপনিৰ পৰা সাৰ পাই
স্ত্রীক কমেও পাঁচ মিনিট সময় সাৱটি ধৰি ৰাখে
তাৰ কর্মক্ষেত্রত বিপদৰ আশংকা কম থাকে ৷
2) স্ত্রীৰ লগত হাঁহি স্ফুৰ্তি কৰাটো স্বামীৰ কর্তব্য ।
3) পত্নী ঘৰৰ লক্ষ্মী হয়। এওঁলোকক যিমান বেছি
মৰম দিয়া হয়, সিমান বেছি সংসাৰত শান্তি আহে।
4) নিজৰ স্ত্রীক যথেষ্ট পৰিমাণে সময় দিয়ক, নহ’লে
যথেষ্ট পৰিমাণে বিশ্বাস কৰক যাতে সংসাৰখন
আৰু যুদ্ধক্ষেত্র বুলি ভাৱ নহয় ৷
5) সেই পুৰুষেই কাপুৰুষ যিয়ে নিজৰ স্ত্রীৰ ওচৰত
প্রেমিক হ’ব পৰা নাই ।
6) প্রতিদিনে এবাৰ নিজৰ স্ত্রীক মই তোমক বহুত
ভাল পাওঁ '' বুলি ক’লে মুৰৰ সকলো দুশ্চিন্তা দূৰ
হৈ যায়।
7) অন্য নাৰীৰ লগত পৰকীয়া কৰাতকৈ নিজৰ
পত্নীক মৰম কৰক চাব সংসাৰখন সৰগৰ দৰে ধুনিয়া হব ।
8) নাৰীৰ মনত মৰম আৰু অভিমান দুয়োটাই থাকে
বেছি। সেয়ে অভিমানখিনিক মৰমতকৈ ডাঙৰ
কৰি চোৱা উচিত নহয়। সেয়ে স্বামীৰ উচিত স্ত্রীৰ
সকলো অভিমান মৰমেৰে ভাঙি দিয়া ৷
9) এটি শিশুক পৃথিৱীৰ মুখ দেখুৱাবলৈ মাকে যি
কষ্ট সহ্য কৰে সেয়া পিতৃয়ে গোটেই জীৱন মৰম
কৰিও প্ৰতিশোধ কৰিব নোৱাৰে । সেয়ে
প্রতিগৰাকী স্বামীৰ উচিৎ তেওঁৰ সন্তানৰ মাক
কোনো কষ্ট নিদিয়া।
10) যুদ্ধত বিজয়ী হ’লেই বিপ্লৱী হ’ব নোৱাৰি ৷
প্রকৃত বিপ্লৱীতো সেইজন, যিয়ে নিজৰ স্ত্রীৰ
মনত একমাত্র বীৰপুৰুষ।
নাৰীক সন্মান,মৰম কৰক লগতে share কৰক,,
Comments
Post a Comment