Krishna Ram Vreegu Kashyap & NominishaAsomi In Get link Facebook X Pinterest Email Other Apps January 03, 2018 https://youtu.be/_KBni9QWUsw অনুগ্ৰহ কৰি ভিডিঅ টো Like কৰিব আৰু Chanel টোক Subscribe কৰি দিব.. আৰু এনে নতুন নতুন ভিডিঅ পাবৰ বাবে বেল আইকন টোত ক্লিক কৰক..........👍👍👍👍👍 Get link Facebook X Pinterest Email Other Apps Comments
তুমকো য়াদ ৰখেংগে গুৰু হম April 29, 2020 ‘তুমকো য়াদ ৰখেংগে গুৰু হম’- বলিষ্ঠ অভিনেতা ইৰফান খানৰ জীৱনৰ বহু নজনা কথা অৱসান ঘটিল বলীউদৰ এক বৰ্ণিল অধ্যায়। যিজন অভিনেতাই কথা ক’লেই সংলাপৰ ৰূপ লৈছিল, সকলো ধৰণৰ চৰিত্ৰৰ বাবে সম্পূৰ্ণ ফিট, অভিনেতা ইৰফান খানৰ মৃত্যু কেৱল বলীউদৰ বাবেই ক্ষতি নহয়, বৰঞ্চ ৱৰ্ল্ড চিনেমাই হেৰুৱালে এজন চিৰ সেউজ অভিনেতা। ১৯৬৭ চনৰ ১৭ জানুৱাৰী তাৰিখে জয়পুৰত জন্মগ্ৰহণ কৰিছিল অভিনেতা ইৰফান খানে। ইৰফান খানৰ সম্পূৰ্ণ নাম আছিল চাহাবজাদে ইৰফান আলী খান। বলীউদৰ অভিষেক ১৯৮৮ চনত চালাম বম্বে ছবিৰ জৰিয়তে বলীউদত অভিষেক ঘটিছিল ইৰফান খানৰ। পৰৱৰ্তী সময়ত মকবুল, দ্যা লাঞ্চবক্স, লাইফ অৱ পাই, ব্লেকমেইল, ইনফেৰ্ণো,পিকো, হিন্দী মেডিয়াম আদি বহু ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতা ইৰফান খানে। শেহতীয়াকৈ ২০২০ বৰ্ষত অংগ্ৰেজী মেডিয়াম ছবিত অভিনয় কৰিছিল অভিনেতাজনে। শৰীৰেও কথা কৈছিল ইৰফান খানৰ - ইৰফান খানৰ অভিনয় আছিল সদায় ব্যতিক্ৰম। মুখৰ সংলাপৰ লগতে অভিনেতাজনৰ শাৰীৰিক ভাব-ভংগিমাইয়ো আপ্লুত কৰিছিল শত-সহস্ৰজনক। ইৰফান খানৰ বিষয়ে নজনা কেইটামান কথা- অভিনেতা নহয়, এজন ক্ৰিকেটাৰ হোৱাৰহে মন আছিল ইৰফান খানৰ। ১৯৮৮ চনত NSDত পঢ়ি থকাৰ... Read more
লাচিত বৰফুকন January 20, 2018 লাচিত বৰফুকন লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। "দেশতকৈ মোমাই ডাঙৰ নহয়" প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ। সাহসৰ অন্তিম নিদৰ্শন শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পি... Read more
প্ৰেম April 13, 2020 ইঞ্জিনিয়াৰিং কলেজৰ দ্বিতীয় বৰ্ষ পাইছো ৷ ইঞ্জিনিয়াৰিং কলেজত সোমালো বুলি মনত অকনমান শান্তি , অকনমান গৰ্ব ৷ একো নহ ’ লেও ইঞ্জিনিয়াৰ এজন হৈ ওলাম বুলি মনতে অকনমান সকাহ ৷ কেনেকৈ জানো মনলৈ ভাব এটা আহিল কেনেবাকৈ যদি গাৰ্লফ্ৰেন্ড এজনী গোটাব পাৰিলো হেতেন বৰ ভাল হ ’ ল হয় ৷ ইতিমধ্যেই লগৰ বহুতৰে গাৰ্লফ্ৰেন্ড গোট খালে ৷ কিছুমানৰ কেইবছৰমান পুৰণি , কিছুমানৰ নতুন নতুন , কিছুমানৰ গোট খাওঁ খাওঁ অৱস্থা ৷ আকৌ প্ৰতিভূ , পদুম , সংলাপহঁতৰ দুই - তিনিজনীকৈয়ো গাৰ্লফ্ৰেন্ড আছে ৷ মোৰো যদি এজনী ... Read more
Comments
Post a Comment