স্বাৱলম্বী

                                   স্বাৱলম্বী

কেতিয়াবা বিফল হলে সফলতা পাবলৈ চেষ্টা কৰি চাব লাগে । সফলতা অৰ্জন কৰাটো কিছুমান ক্ষেত্ৰত সহজ নহয় , কিন্তু অসম্ভৱ ও নহয় ! বিফল হোৱাটো স্বাভাৱিক কাৰণ সেইটো এটা শিক্ষা । এই শিক্ষা আধাতেই সামৰণি মাৰিলে শিকিবলৈ নো কি পোৱা যাব !  শিক্ষাৰ মাজেৰেই শিকিব লাগে , শিক্ষাৰ মাজেৰেই সফলতা আজুৰি আনিব লাগে ।
""মই কিয় নোৱাৰিম """ এই প্ৰশ্নতেই আছে সফলতাৰ উত্তৰ ।

Comments

Popular posts from this blog

লাচিত বৰফুকন

তুমকো য়াদ ৰখেংগে গুৰু হম

ৰঙালী বিহুৰ শুভেচ্ছাৰে