আঁচৰিত নহয় নে

                                               আঁচৰিত নহয় নে 


১০ টকা  বহুত যেন লাগে
যেতিয়া……কোনো ভিক্ষাৰীক দান দিব
লাগে।
কিন্ত……হোটেলত কিবা খাব
লাগিলে, ১০ টকা বহুত ক'ম যেন লাগে।
তিনি মিনিট সময় ঈশ্বৰক প্ৰাৰ্থনা
কৰিবলৈ আমি অসুবিধা পাওঁ।
কিন্ত……তিনি ঘণ্টাৰ চিনেমা এখন
চাবলৈ আমি সহজ পাওঁ।
গোটেই দিনতো কাম কৰাৰ পিছটো
"জিম"লৈ যাবলৈ ভাগৰ নালাগে।
কিন্ত……কামৰ পৰা অহাৰ পাছত মাঁ দেউতাৰ বাবে কিবা কৰিব লগা  হ'লে
আমাৰ ভাগৰ লাগে।
"ভেলেন্টাইন দে" ৰ কাৰণে গোটেই বছৰ
অপেক্ষা কৰো।
কিন্ত……"মাদাৰ দে" কেতিয়া পাৰ হৈ যায় আমি গমকে
নেপাওঁ।
এখন ৰুটি নিদিয়ে, সেই ফুটফাটৰ কণমানি দুখীয়া ভোকাতুৰ শিশুটিক।
কিন্ত……সেই ছবিখন লাখ টকাত বিক্ৰী
হৈ যায়, য'ত ৰুটিৰ কাৰণে শিশুটিয়ে
ভোকত উদাস মনেৰে বহি আছিল।


আমি নিজেই নিজকে শুধৰাব লাগিব

Comments

Popular posts from this blog

তুমকো য়াদ ৰখেংগে গুৰু হম

লাচিত বৰফুকন

প্ৰেম