নোৱাৰা কাম একোৱেই নাই

                       নোৱাৰা কাম একোৱেই নাই

দেউতাই এদিন মোৰ কাষত বহি কোৱা কথা এষাৰ সদায় মনত পৰে 
" নোৱাৰা কাম মানুহৰ একো নাই । চেষ্টা কৰি চাব লাগে সদায় , কাৰণ চেষ্টা কৰি চালেহে গম পোৱা যায় নোৱাৰাৰ কাৰণ কি আচলতে !  এবাৰ নোৱাৰাৰ কাৰন গম পোৱাৰ পিছত  কামটো সমাধা কৰিবলৈ সহজ হৈ পৰে। সদায় চিন্তা কৰিবা ' মই কিয় নোৱাৰিম " !

তোমাৰ কথাষাৰ  সচাঁ দেউতা । মই প্ৰমাণ পালোঁ ।.........

আপোনালোকেও প্ৰমাণ কৰি চাব পাৰে.....

Comments

Popular posts from this blog

লাচিত বৰফুকন

তুমকো য়াদ ৰখেংগে গুৰু হম

ৰঙালী বিহুৰ শুভেচ্ছাৰে