...জীৱনতকৈও প্ৰিয় মোৰ মা...

      ...জীৱনতকৈও প্ৰিয় মোৰ মা...


মায়ে তেতিয়াও কান্দিছিল যেতিয়া সন্তানে গৰ্ভতে লাট মাৰিছিল ।
.
.
মায়ে তিতিয়াও কান্দে যেতিয়া নিজৰ সন্তানটোৱে কৰোবাত পৰি আঘাত পাই ।
.
.
মায়ে তেতিয়াও কান্দে যেতিয়া সন্তানৰ জ্বৰ বা অন্য কোনো বেমাৰ হয় ।
.
.
মায়ে তেতিয়াও কান্দে যেতিয়া নিজৰ সন্তানটোৱে ভাত নাখায় ।
.
.
.
আৰু মায়ে এতিয়াও কান্দে যেতিয়া নিজৰ সন্তানটোৱে খাবলৈ একো এটা নিদিয়ে ।
.
.
এইটো মেছেজ ইমান #Share কৰক যাতে কেতিয়াও কোনো মাঁ যাতে ভোকোতে নমৰে।
যাতে কোনো এগৰাকী মাঁৰ চকুৰ নপৰে এটোপালো চকুলো ।

Comments

Popular posts from this blog

লাচিত বৰফুকন

তুমকো য়াদ ৰখেংগে গুৰু হম

ৰঙালী বিহুৰ শুভেচ্ছাৰে