...আপোনাৰ জীৱন আপোনাৰ হাতত...
...আপোনাৰ জীৱন আপোনাৰ হাতত...
ঠাণ্ডা দিনকেইটাত বাইক আৰু গাড়ী সাৱধানে চলাবলৈ সকলোৱে চেষ্টা কৰক।১/ কুঁৱলীৰ মাজেৰে গাড়ী চলাই যাওঁতে উইন্দ চিলত মাজে সময়ে পানী প্ৰে কৰি কৰি যাওক ।
2/ ৰাতি কুঁৱলী বেছি পৰিলে হেদলাইট দিপাৰত দি চলাব ।
৩/ চাইদ গ্লাছ সম্পূৰ্ণ বন্ধ কৰি গাড়ী ভিতৰ খন আৱদ্ধ কৰি নলৱ । অলপমান খুলি ৰাখক ।
৪/ গাড়ী স্পীদ ৬০ ৰ পৰা ৬৫ নিয়ন্ত্ৰণ গতিত চলাওক।
৫/ গাড়ীত হিতাৰ অন কৰিলে এ.চি চুইচ অন কৰি লব।
৬/ হেলজেন স্পট দাউন ফগ লাইট কুঁৱলীৰ মাজেৰে দেখা পাবলৈ গাড়ীত ব্যৱহাৰ কৰিব পাৰে ।
আপোনাৰ জীৱন আপোনাৰ হাতত ।
এক্সেলেৰেচনেই হব পাৰে কেতিয়াবা প্ৰাণ নাশক।
Comments
Post a Comment